December 23, 2025 1:23 PM | Prasangik

printer

আকাশবাণী গুৱাহাটীত আজি বিয়লি ৩ বাজি ৫ মিনিটৰ বিশেষ প্রাসংগিক অনুষ্ঠানত তামুলপুৰ জিলাত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ সৈতে সাক্ষাৎকাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত তামুলপুৰ জিলাত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ’ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ তামুলপুৰ জিলাৰ সংবাদদাতা নয়নজ্যোতি দাসে। অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ’ব ।