Social Media Links

  • Facebook logo ফেচবুক
  • Twitter logo টুইটাৰ
  • Instagram logo ইনষ্টাগ্ৰাম
  • YouTube logo ইউটিউব
  • WhatsApp logo হোৱাটছএপ

Newsonair

Government of India emblem
Filter Icon
to

ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio
Menu
 
  • নিউজ অন এয়াৰ
  • ৰাষ্ট্ৰীয়
  • আন্তৰ্জাতিক সংবাদ
  • আঞ্চলিক সংবাদ
  • ব্যৱসায়
  • খেল
  • বিবিধ
Close menu
  • শুনক বাতৰি
  • দপুুরের খবর
মন কী বাত স্ক্ৰীণ ৰিডাৰৰ প্ৰৱেশ
  1. Home
  2. আকাশবাণীত অহা ৩০ মাৰ্চত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান

Site Admin | March 15, 2025 8:23 PM | PM Modi will share his thoughts in Mann Ki Baat programme on March 30

printer

আকাশবাণীত অহা ৩০ মাৰ্চত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান

আকাশবাণীত অহা ৩০ মাৰ্চত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ মাৰ্চত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ’ব অনুষ্ঠানটোৰ ১২০ সংখ্যক খণ্ড। প্রধানমন্ত্রীয়ে মন কী বাতৰ আসন্ন খণ্ডটিৰ বাবে জনসাধাৰণৰ দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০ ১১ ৭৮০০ শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গ’ভ মুকলি মঞ্চৰ জৰিয়তেও জনসাধাৰণে দিহা-পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। মন কী বাতৰ এই খণ্ডটিৰ বাবে ২৮ মাৰ্চলৈ প্ৰেৰণ কৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰা হ’ব। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ বাতৰি বিভাগৰ ৱেবছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব ৷

অধিক পঢ়ক
সকলো চাওক arrow-right
আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল

4 hours আগতে

views 5

আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ট্ৰফীৰ ভ্ৰমণ আৰম্ভ

4 hours আগতে

views 2

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ট্ৰফীৰ ভ্ৰমণ আৰম্ভ

ভাৰতবৰ্ষ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি শলাগ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ

4 hours আগতে

views 2

ভাৰতবৰ্ষ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি শলাগ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ

ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড় জিলাত বিকাশৰ নতুন প্রভাত কাৰ্যসূচীত অংশগ্রহণ

4 hours আগতে

views 2

ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড় জিলাত বিকাশৰ নতুন প্রভাত কাৰ্যসূচীত অংশগ্রহণ

১৫ জানুৱাৰীৰ ভিতৰত এ ডি আৰ ই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ বিতৰণ

4 hours আগতে

views 1

১৫ জানুৱাৰীৰ ভিতৰত এ ডি আৰ ই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ বিতৰণ

আমাৰ বিষয়ে

  • হিন্দীত নাগৰিক চাৰ্টাৰ
  • নাগৰিক চাৰ্টাৰ
  • সৰ্বভাৰতীয় ৰেডিঅ’ সংহিতা
  • বাতৰি সেৱা বিভাগ
  • সম্প্ৰচাৰ মাধ্যমৰ বাবে বাতৰি নীতি
  • মতামত
  • আভ্যন্তৰীণ অভিযোগ সমিতি
  • কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতনৰ সবিশেষ (প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ)
  • শী-বক্স
  • ছাইট মেপ

নতুন কি

  • নিবিদা
  • বিজ্ঞপ্তি
  • আৰ টি আইৰ উত্তৰ
  • আৰ টি আই
  • বাতৰিৰ সময়সূচী
  • খালী পদ
  • আমাৰ যোগাযোগ কৰক
  • আকাশবাণী বাৰ্ষিক বঁটা

সম্পৰ্কীয় চাইটসমূহ

  • আই এণ্ড বি মন্ত্ৰালয়
  • প্ৰেছ তথ্য ব্যুৰো
  • চিবিচি
  • ডি এ ভিনেচনেল পৰ্টেল অৱ ইণ্ডিয়াP

আঞ্চলিক এককসমূহৰ বিৱৰণ

  • আৰ এন ইউ
  • নন আৰ এন ইউ
  • পিটিচিৰ বিৱৰণ
  • পিটিচিৰ নিৰ্দেশনা

প্ৰসাৰ ভাৰতী

  • প্ৰসাৰ ভাৰতী
  • চুক্তিবদ্ধ নিয়োগৰ বাবে প্ৰসাৰ ভাৰতী নীতি
  • আকাশবাণী
  • ডি ডি নিউজ
  • প্ৰেছ ৰিলিজ

সামাজিক সংযোগ

  • Facebook logo
  • Twitter logo
  • Instagram logo
  • YouTube logo

গোপনীয়তা নীতি | কপিৰাইট © 2025 নিউজ অন আইআৰ। সকলো অধিকাৰ সংৰক্ষিত

শেষ আপডেট কৰা হৈছে: 17th Dec 2025

Back to top