প্ৰধানমন্ত্ৰী মোদীয়ে আজি উত্তৰ প্ৰদেশৰ কাণপুৰত ২০,৯০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ কেইবাটাও প্রকল্প মুকলি কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি উত্তৰ প্ৰদেশৰ কাণপুৰত ২০ হাজাৰ ৯০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি কৰিব। শ্রীমোদীয়ে অঞ্চলটোৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ লক্ষ্যৰে একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্ৰীয়ে লগতে প্রধানমন্ত্রী আয়ুষ্মান ৱয় বন্দনা যোজনা, ৰাষ্ট্ৰীয় জীৱিকা মিছন আৰু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰীসকলৰ মাজত প্ৰমাণ-পত্ৰ আৰু চেক বিতৰণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।