ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 21, 2025 8:05 PM | PM Modi

printer

দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ প্রধানমন্ত্ৰী চৌদি আৰৱলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে চৌদি আৰৱলৈ যাব। ২০১৬ আৰু ২০১৯ ৰ পাছত এয়া হব শ্রীমোদীৰ দেশখনলৈ তৃতীয়টো ভ্রমণ। প্রধানমন্ত্ৰীৰ এই ভ্রমণে দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে অর্থনৈতিক, প্ৰতিৰক্ষা, সাংস্কৃতিক আৰু কৌশলগত সহযোগিতাৰ দিশত বিশেষ গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে। ভাৰত আৰু চৌদি আৰৱে অৰ্থনৈতিক অংশীদাৰিত্বৰ লগতে শতিকা পুৰণি বন্ধুত্বক উচ্চ পৰ্যায়ৰ পাৰস্পৰিক বিনিময় আৰু কৌশলগত চুক্তিৰ মাধ্যমেৰে বিগত দশকবোৰত আৰু শক্তিশালী কৰি তুলিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।