March 4, 2025 6:07 PM | PM Modi

printer

অষ্ট্ৰিয়াৰ ফেডাৰেল চেন্সেলৰ নিৰ্বাচিত হোৱাৰ বাবে খ্ৰীষ্টিয়ান ষ্টকাৰক প্রধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰিয়াৰ ফেডাৰেল চেন্সেলৰ নিৰ্বাচিত হোৱাৰ বাবে খ্ৰীষ্টিয়ান ষ্টকাৰক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে আশা কৰে, যে অনাগত বছৰবোৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সম্বন্ধই নতুন মাত্ৰা পাবলৈ সমৰ্থ হব। প্রধানমন্ত্রীয়ে কয়, যে দুয়োখন দেশৰ দ্বিপাক্ষিক সহযোগিতাক শিখৰলৈ লৈ যোৱাৰ বাবে তেওঁ আগ্ৰহেৰে বাট চাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।