ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 7, 2024 8:10 PM | PM Modi

printer

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জীৱনটো আম্বেদকাৰ প্ৰণোদিত সংবিধানৰ মহান প্ৰমূল্যৰাজি অক্ষুণ্ণ ৰখাৰ নামত উৎসর্গিত বুলি মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ জীৱনৰ প্ৰতিটো ক্ষণ ড° বাবাচাহেব আম্বেদকাৰ প্ৰণোদিত সংবিধানৰ মহান প্ৰমূল্যৰাজি অক্ষুণ্ণ ৰখাৰ নামত উৎসর্গিত। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে আজি কয় যে একমাত্ৰ সংবিধানৰ বাবে তেওঁৰ নিচিনা দুখীয়া আৰু অনগ্ৰসৰ পৰিয়ালত জন্মগ্ৰহণ কৰা এজন লোকেও দেশৰ প্ৰতি সেৱা আগবঢ়াবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে সংবিধানে দেশৰ কোটি কোটি জনসাধাৰণক আশা, শক্তি আৰু মৰ্যাদা প্ৰদান কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।