ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 11, 2024 11:48 AM | PM Modi

printer

শ্ৰীস্বামীনাৰায়ণ মন্দিৰৰ ২০০ বছৰীয়া জয়ন্তী সমাৰোহত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে গুজৰাটৰ ৱাডটলত শ্ৰীস্বামীনাৰায়ণ মন্দিৰৰ ২০০ বছৰীয়া জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰিব। তেওঁ এই উপলক্ষে সমবেত লোকসকলক উদ্দেশ্যি ভাষণো দিব। উল্লেখযোগ্য যে ৱাডটলৰ শ্ৰীস্বামীনাৰায়ণ মন্দিৰে কেইবা দশক ধৰি জনসাধাৰণৰ সামাজিক তথা আধ্যাত্মিক জীৱনক প্ৰভাৱ বিস্তাৰ কৰি আহিছে।