প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩১ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ’ব মন কী বাত অনুষ্ঠানৰ ১২৫ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০-১১-৭৮০০ ট’ল ফ্ৰী নম্বৰ ফোন কৰি তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ আগবঢ়াব পাৰিব। জনসাধাৰণে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাইগভ মুকলি মঞ্চৰ জৰিয়তে ২৯ আগষ্টৰ ভিতৰত তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ আগবঢ়াব পাৰিব। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ জৰিয়তে প্ৰচাৰিত হ’ব।
Site Admin | August 13, 2025 9:45 PM | pm maan ki baat 31 august
আকাশবাণীত অহা ৩১ আগষ্টত প্ৰধানমন্ত্ৰীৰ ১২৫সংখ্যক ‘মন কী বাত’ অনুষ্ঠান
