November 6, 2025 8:14 PM | PM Modi

printer

পৰহিলৈ বাৰাণসীত চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ মুকলি প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ বাৰাণসী ভ্ৰমণ কৰি চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা পতাকা জোকাৰি মুকলি কৰিব। এই নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীকেইখনে বেণাৰস-খজুৰাহো, লক্ষ্ণৌ-চাহৰাণপুৰ, ফিৰোজপুৰ-দিল্লী আৰু আৰ্ণাকূলম-বাংগালুৰু পথৰ যাত্ৰা সামৰি লাব। এই ৰেলগাড়ীকেইখনে ভ্রমণৰ সময় হ্রাস কৰাৰ লগতে পৰ্য্যটন খণ্ডক উৎসাহ যোগাব আৰু দেশৰ অর্থব্যৱস্থালৈ অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।