April 8, 2025 12:52 PM | Piyshus gowel

printer

ভাৰতে বাণিজ্য ক্ষেত্ৰত সততা মানি চলা দেশসমূহৰ সৈতে কাম কৰিবলৈ আগ্রহী বুলি পীয়ুষ গোৱেলৰ প্ৰকাশ

ভাৰতে বাণিজ্য ক্ষেত্ৰত সততা মানি চলা আৰু সমান সুযোগ সুবিধা আগবঢ়োৱা দেশসমূহৰ সৈতে একেলগে কাম কৰিবলৈ আগ্রহী বুলি ভাৰতে বাণিজ্য ক্ষেত্ৰত সততা মানি চলা আৰু সমান সুযোগ সুবিধা আগবঢ়োৱা দেশসমূহৰ সৈতে একেলগে কাম কৰিবলৈ আগ্রহী বুলি কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্ৰকাশ কৰে। কালি সন্ধিয়া ইণ্ডিয়া গ্লোবেল ফৰাম অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীগোৱেলে কয়, যে ভাৰতীয় কোম্পানীসমূহে দক্ষ আৰু ন্যায বাণিজ্য নীতি অটুট ৰাখিলে ব্যৱসায়ত উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থবান। চীনৰ ক্ৰমবৰ্ধমান উদ্যোগসমূহৰ ভেঁটি অন্যায় বাণিজ্য নীতিৰ দ্বাৰা প্ৰভাৱিত বুলিও তেওঁ মন্তব্য কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।