ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে। সাক্ষাৎ কালত ৰাজ্যপালগৰাকীয়ে শ্ৰীৰাধাকৃষ্ণণক ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক উদ্যমৰ বিষয়ে অৱগত কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।