ডাউনলোড
মোবাইল এপ

android apple
signal

June 3, 2025 12:49 PM | NEET | PG

printer

অহা ১৫ জুনত হ’বলগীয়া নীট পিজি পৰীক্ষা সাময়িকভাৱে পিছুৱাই দিয়াৰ কথা ঘোষণা উচ্চতম ন্যায়ালয়ৰ

চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা পৰিষদে অহা ১৫ জুনত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে হবলগীয়া চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা, নীট পিজি সাময়িকভাৱে পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছে। উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশ অনুসৰি পৰিষদে এই পৰীক্ষা একেটা ছিটতে অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ বাবে অধিক কেন্দ্ৰ আৰু আন্তঃগাঁথনিৰ খাতিৰত এই সিদ্ধান্ত লোৱা হৈছে। পৰীক্ষাৰ নতুন তাৰিখ শীঘ্ৰেই ঘোষণা কৰা হব বুলি পৰিষদে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক