ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

NATO শীর্ষ সন্মিলনৰ প্ৰস্তুতি উদ্দেশ্যে দুদিনীয়াকৈ অনানুষ্ঠানিক বৈঠক

NATO গোটৰ সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক মন্ত্ৰীসকলে অহা জুলাইত ৱাশ্বিংটনত হ’বলগীয়া NATO শীর্ষ সন্মিলনৰ প্ৰস্তুতি তথা ইউক্রেইনৰ প্ৰতি সমর্থন সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে প্ৰগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এখন অনানুষ্ঠানিক বৈঠকত মিলিত হ’ব। চেক গণতন্ত্ৰৰ প্ৰধানমন্ত্ৰী Petr Fiala-ৰ সৈতে এখন যুটীয়া সংবাদমেলত মত বিনিময় কৰি NATO-ৰ সচিব প্ৰধান Jens Stoltenberg-এ এই বৈঠকখনত NATO-ৰ প্ৰতিৰক্ষা শক্তিশালী কৰি তোলা মিত্ৰদেশসমূহৰ মাজৰ বন্ধুত্ব গভীৰ কৰি তোলা তথা ইউক্রেইনৰ প্ৰতি সমর্থন বৃদ্ধি কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব বুলি আশা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।