ডাউনলোড
মোবাইল এপ

android apple
signal

কোকৰাঝাৰ আৰু চিৰাং জিলাত অৱস্থিত ছিখনা জহৌলাওলৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্ৱীকৃতি

কোকৰাঝাৰ আৰু চিৰাং জিলাত অৱস্থিত ৩১৬ বর্গ কিলোমিটাৰ অঞ্চলত জৈৱ বৈচিত্র্য সুৰক্ষিত কৰাৰ বাবে ছিখনা জহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ অধিসূচনাত কালি কেবিনেটে অনুমোদন জনায়। কেবিনেটৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৮ লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই সন্দৰ্ভত কয়, যে মধ্যপ্রদেশত বর্তমান ১০ খন ৰাষ্ট্ৰীয় উদ্যান আছে। ৮ খন ৰাষ্ট্ৰীয় উদ্যানেৰে অসম এতিয়া দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান থকা ৰাজ্য হিচাপে পৰিগণিত হোৱা বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক