ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নতুন দিল্লীত আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন

নতুন দিল্লীত আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হ’ব। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে হস্ততাঁত খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে শিল্পীসকলক সন্ত কবীৰ বটাঁ আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে ‘পৰম্পৰা-ভাৰতীয় হস্ততাঁত পৰম্পৰাৰ বহনক্ষমতা’ শীর্ষক এখন গ্রন্থও উন্মোচন কৰিব। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু উদ্যোগ জগতৰ প্ৰতিনিধি, ডিজাইনাৰছ, ৰপ্তানীৰ সৈতে জৰিত লোকসকলৰ লগতে দেশৰ সহস্ৰাধিক বয়ন শিল্পীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাঁতশিল্প খণ্ডৰ গুৰুত্ব আৰু দেশৰ আৰ্থ সামাজিক উন্নয়নত খণ্ডটোৰ অৱদান সম্পর্কে সজাগতা সৃষ্টি কৰাই এই উদযাপনৰ উদ্দেশ্যে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।