December 4, 2024 12:28 PM | national games

printer

উত্তৰাখণ্ডত অহা ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ

উত্তৰাখণ্ডত অহা ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ অনুষ্ঠিত হব। এইবাৰ ক্ৰীড়া মহোৎসৱত ৩৬ বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰদৰ্শনীমূলক খেল হিচাপে মালখাম্ব, কালাৰিয়াপাটু, যোগাসন আৰু ৰাফটিঙক অন্তৰ্ভুক্ত কৰা হৈছে।