ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগে ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক প্রতিবেদন প্ৰদান কৰিছে৷ আয়োগৰ অধ্যক্ষ হন্সৰাজ গংগাৰাম আৰু পিছপৰা শ্ৰেণী ৰাষ্ট্ৰীয় আয়োগৰ সদস্য ভুৱন ভূষণ কমলে ৰাষ্ট্ৰপতি মুৰ্মুক কালি এই প্রতিবেদন প্রদান কৰে ।
ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগৰ ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক প্রতিবেদন ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক প্ৰদান
