ডাউনলোড
মোবাইল এপ

android apple
signal

September 6, 2024 1:25 PM | NACC A+

printer

ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাৰ্পণ পৰিষদৰ মূল্যায়নত কটন বিশ্ববিদ্যালয়ৰ এ গ্রেড লাভ

ৰাজ্যৰ অগ্ৰণী শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাৰ্পণ পৰিষদৰ মূল্যায়নত এ গ্রেড লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্ববিদ্যালয় হিচাপে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাৰ্পণ পৰিষৰ দ্বাৰা প্ৰথম চক্ৰৰ মূল্যায়নতে এ গ্রেড পোৱা কটন বিশ্ববিদ্যালয় হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান।

অধিক পঢ়ক

সকলো চাওক