ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 27, 2025 8:15 PM | Morigoan

printer

মৰিগাওঁৰ জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা দুজন কয়দীক কৰ্ণাটকত পুনৰ গ্ৰেপ্তাৰ

মৰিগাওঁৰ জিলা কাৰাগাৰৰ পৰা যোৱা ২০ আগষ্টত পলায়ন কৰা দুজন কয়দীক কালি কৰ্ণাটকত পুনৰ গ্ৰেপ্তাৰ কৰা হয় ৷ মৰিগাওঁ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত কৰ্ণাটকৰ আৰক্ষীৰ সহযোগত অসম আৰক্ষীৰ দলটোৱে পলাতক জিয়াৰুল ইছলাম আৰু সুব্ৰত সৰকাৰক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে কয়দী দুজনক পকচো গোচৰত আদালতে ২০ বছৰৰ কাৰাদণ্ড বিহিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।