October 14, 2024 1:00 PM | Morigoan

printer

দুদিনীয়া কাৰ্যসূচী ৩৬ সংখ্যক মৰিগাঁও জিলা দিৱস কাৰ্যসূচীৰ শুভাৰম্ভ

আজিৰে পৰা ৩৬ সংখ্যক মৰিগাঁও জিলা দিৱস দুদিনীয়া কাৰ্যসূচী মৰিগাঁও জিলা সদৰত আৰম্ভ হৈছে। মৰিগাঁও জিলা আয়ুক্ত আৰু জিলাখনৰ বিশিষ্ট ব্যক্তিসকলে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতেই বিধায়ক ৰমাকান্ত দেউৰী আৰু মৰিগাঁও জিলা আয়ুক্তই বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে।