ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 9, 2024 6:56 PM | Morigoan

printer

গ্ৰামাঞ্চলৰ মহিলাসকলৰ চৰকাৰী কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত মৰিগাঁওত সজাগতা সভা

ৰাষ্ট্ৰীয় গ্রামীন বিকাশ নীধিৰ উদ্যোগত গ্ৰামাঞ্চলৰ মহিলাসকলক চৰকাৰী কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত সজাগ কৰাৰ লক্ষ্যৰে আজি মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডত এখন সজাগতা সভা অনুষ্ঠিত হয়। উন্নয়ন খণ্ডটোৰ বিভিন্ন গাঁৱৰ অসম ৰাজ্যিক গ্রামীন জীৱীকা অভিযানৰ সখীসকলে অংশ লোৱা এই সভাত নাৱাৰ্ড আৰু অন্য বেংকৰ উপৰি কৃষি, গ্রামোন্নয়ন আদি বিভাগৰ বিষয়াসকলে অংশগ্রহণ কৰে। অনুষ্ঠানত সমল ব্যক্তিসকলে কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ দ্বাৰা যাতে মহিলাসকল উপকৃত হব পাৰে তাৰ প্ৰতি সজাগ হবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।