October 4, 2025 12:41 PM | Mira bai sanu

printer

বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২৫ত মীৰাবাঈ চানুৰ ৰূপৰ পদক অর্জন

ভাৰতীয় ভাৰোত্তোলক মীৰাবাঈ চানুৱে নৰৱেত চলি থকা বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২৫ত ৰূপৰ পদক অর্জন কৰিছে। ৪৮ কিলোগ্রাম ওজন শাখাত অংশগ্ৰহণ কৰা চানুৱে মুঠ ১৯৯ কিলোগ্রাম ভাৰউত্তোলন কৰি নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰে। উত্তৰ কোৰিয়াৰ ৰী চং গামে এই শাখাত তিনিটা সোণৰ পদক অর্জন কৰি প্রতিযোগিতাখনত আধিপত্য বিস্তাৰ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।