October 14, 2025 8:28 PM | mass communication

printer

জনসংযোগ বিষয়ৰ ছাত্র-ছাত্রীসকলৰ বাবে ইন্টার্ণশ্বিপ কাৰ্য্যসূচীৰ ব্যৱস্থা জলশক্তি মন্ধ্যালয়ৰ

জলশক্তি মন্ধ্যালয়ে আজি ঘোষণা কৰে যে, জনসংযোগ বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রীধাৰী অথবা স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানত জনসংযোগ বিষয়ত গৱেষণা কৰি থকা ছাত্র-ছাত্রীসকলৰ বাবে এটা ইন্টার্ণশ্বিপ কাৰ্য্যসূচীৰ ব্যৱস্থা কৰা হব। এই ইন্টার্ণশ্বিপত নির্বাচিত প্রার্থীসকলে প্রতিমাহে ১৫ হাজাৰ টকাকৈ মুঠ মাহৰ বাবে প্রদান কৰা হব। ইচ্ছুক প্রার্থীসকলে HTTPS://MOWR.NIC.IN/INTERNSHIP ৱেবচাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ২৪ নবেম্বৰ, ২০২৫।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।