দক্ষিণ শালমাৰা মানকাচৰত ৩ কোটি টকা মূল্যৰ মাদক দ্রব্যসহ মহিলাক আটক

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সোণাপুৰৰ বেকাৰডোবাত যোৱানিশা আৰক্ষীয়ে অভিযান চলাই প্রায় ৩ কোটি টকা মূল্যৰ মাদক দ্রব্য জব্দ কৰাৰ লগতে এগৰাকী মহিলাক আটক কৰে। যোৱানিশা গাঁওখনৰ নুৰ ইছলাম নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।