ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বাক্সা জিলাৰ নাৰায়ণগুৰিত বেঁকী নৈত গা ধুবলৈ গৈ ৩জন যুৱকৰ সলিল সমাধি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বাক্সা জিলাৰ নাৰায়ণগুৰিৰ বেঁকী নৈত কালি গা ধুবলৈ গৈ তিনিজন যুৱকৰ সলিল সমাধি ঘটে। আমাৰ সংবাদদাতাই জনোৱা মতে বৰপেটাৰোডৰ পৰা কালি সন্ধিয়া বেঁকী নৈত গা ধুবলৈ যোৱা দীপ সাহা, ৰাজ সাহা আৰু অভিজিৎ কৰ্মকাৰ নামৰ যুৱক তিনিজন কালি নৈৰ বুকুত সন্ধানহীন হৈ পৰে। আৰক্ষী আৰু এছ-ডি-আৰ-এফে কালি মাজনিশালৈ যুৱক তিনিজনৰ উদ্ধাৰ অভিযান চলায় যদিও আজি পুৱাৰ ভাগতহে মৃতদেহ তিনিটা উদ্ধাৰ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।