ডাউনলোড
মোবাইল এপ

android apple
signal

জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়ছম গোস্বামীৰ উপন্যাস ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ আৰু ‘মামৰে ধৰা তৰোৱাল’ৰ বাংলা অনুবাদ গ্রন্থ উন্মোচন

জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়ছম গোস্বামীৰ উপন্যাস ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ আৰু ‘মামৰে ধৰা তৰোৱাল’ৰ বাংলা অনুবাদ গ্রন্থ আজি উন্মোচন কৰা হয়। মহানগৰীৰ গান্ধীবস্তিত দক্ষিণ-পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত বাংলা কবি, অনুবাদক, অধ্যাপক অশোক কুমাৰ সাধুৱে অনুবাদ কৰা গ্ৰন্থ দুখন সমালোচক তথা বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামীয়ে উন্মোচন কৰে।

অধিক পঢ়ক

সকলো চাওক