ৰাষ্ট্ৰীয় আইনসেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে অনান্য জিলাসমূহৰ লগতে মাজুলী জিলা আইনসেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি জিলাখনত লোক আদালতৰ আয়োজন কৰা হৈছে। লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাদজনিত গোচৰ, চেক বাউন্সৰ গোচৰ, যানবাহন আইন, ১৯৮৮ৰ অধীনৰ গোচৰৰ লগতে আন আন বিষয়ৰ গোচৰসমূহ নিষ্পত্তিৰ দিহা কৰা হৈছে।
Site Admin | June 14, 2025 10:19 AM | majuli lokadalot
মাজুলীত জিলা আইনসেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি লোক আদালত