ডাউনলোড
মোবাইল এপ

android apple
signal

September 10, 2024 9:05 PM | majuli awarness camp

printer

মাজুলীত নতুন অপৰাধমূলক আইন সন্দৰ্ভত সজাগতামূলক সভা

জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি মাজুলীত সাংবাদিক সন্থাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত নতুন অপৰাধমূলক আইন সন্দৰ্ভত সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। জিলা আইন ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইনে অনা পৰিৱৰ্তন, প্রচলিত আইনৰ বাতিল কৰা ধাৰা আৰু নতুন প্ৰৱৰ্তন কৰাৰ বিষয়েও সভাত আলোকপাত কৰা হয়। ইয়াৰ লগতে নতুন আইন কেইখনৰ বিভিন্ন দিশসমূহৰ বিষয়ে দৃশ্য শ্ৰব্য মাধ্যমেৰে সভাত উপস্থাপন কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক