ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 20, 2025 12:54 PM | maharastra

printer

চগন ভুজবলক আজি মহাৰাষ্ট্ৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত

এন চি পিৰ জ্যেষ্ঠ নেতা চগন ভুজবলক আজি মহাৰাষ্ট্ৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব। পুৱা ১০ বজাত হ’বলগীয়া শপতগ্রহণ অনুষ্ঠানত জ্যেষ্ঠ নেতা ভূজবলক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে একনাথ সিন্ধেৰ মুখ্যমন্ত্ৰিত্বৰ কালতো ভূজবলে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।