প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শৰে প্ৰয়াগৰাজৰ মহাকুম্ভক সফল কৰি তুলিব পৰা যাবঃ যোগী আদিত্যনাথ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে শ্রীমোদীৰ পৰামৰ্শৰে প্ৰয়াগৰাজৰ মহাকুম্ভক সফল কৰি তুলিব পৰা যাব। মহাকুম্ভই নৱ ভাৰতক আধ্যাত্মিক আৰু ডিজিটেল ৰূপত প্ৰদৰ্শনৰ জৰিয়তে দেশৰ চিৰন্তন গৌৰৱৰ প্ৰতীক হিচাপে চিহ্নিত হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ১৩ জানুৱাৰীত মহাকুম্ভ মেলা আৰম্ভ হ’ব আৰু ২৬ ফেব্ৰুৱাৰীত অন্ত পৰিব

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।