June 6, 2024 8:59 PM | Lakhya sen

printer

লক্ষ্য সেন ইণ্ডোনেছিয়া অ’পেন ছুপাৰ থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ লক্ষ্য সেনে ইণ্ডোনেছিয়া অ’পেন ছুপাৰ থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লক্ষ্য সেনে আজি জাকার্টাত অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলত জাপানৰ কেণ্টা নিছিম’ট’ক ২১-৯, ২১-১৫ পোনপটীয়া গেমত পৰাস্ত কৰে।