ডাউনলোড
মোবাইল এপ

android apple
signal

August 22, 2024 6:26 PM | kokorajahr

printer

বি-টি-আৰৰ অন্তৰ্গত ৯০০ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ

কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্রকল্পত আজি আয়োজিত অনুষ্ঠানত বি-টি-আৰৰ অন্তৰ্গত মুঠ ৯০০গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। বি-টি-আৰৰ অন্তৰ্গত প্ৰাদেশিকীকৃত প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ কলা, বিজ্ঞান আৰু হিন্দী বিষয়ৰ শিক্ষকৰ নিযুক্তি-পত্ৰ বিতৰণ কৰা হয়। বি-টি-চি প্রধান প্রমোদ বড়োৱে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে।

অধিক পঢ়ক

সকলো চাওক