জম্মু-কাশ্মীৰৰ ডাল হ্ৰদত অনুষ্ঠিত খেলো ইণ্ডিয়া জল ক্রীড়া মহোৎসৱৰ সামৰণি

জম্মু কাশ্মীৰৰ ঐতিহাসিক ডাল হ্ৰদত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া জল ক্রীড়া মহোৎসৱৰ আজি বিয়লি সামৰণি পৰে। প্ৰতিযোগিতাত মধ্যপ্রদেশে ১০টা সোন, তিনিটা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ১৮টা পদক অৰ্জন কৰি শীৰ্ষস্থান দখল কৰিছে। ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ আৰু জম্মু কাশ্মীৰ ক্ৰীড়া পৰিষদে যুটীয়াভাৱে আয়োজন কৰা এই ক্রীড়া মহোৎসৱত অঞ্চলটোৰ চহকী সংস্কৃতি আৰু পৰিৱেশকো দাঙি ধৰা হৈছিল ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।