কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত অহা ২ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে জীপ আৰু হাতী ছাফাৰি মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত অহা ২ নৱেম্বৰৰ পৰা পৰ্যটকসকলে জীপ আৰু হাতী ছাফাৰি কৰিব পাৰিব। ইয়াৰ বাবে বনাঞ্চলখনৰ মূল প্ৰৱেশদ্বাৰ ৰং-তুলিকাৰে সজাই তোলা হৈছে। আৰ্ট ফৰ নেচাৰ নামৰ এটা সংস্থাৰ শিল্পীসকলে উদ্যানখনৰ প্ৰতিটো বন্য জীৱ ছবিৰে প্ৰৱেশদ্বাৰখন সজাই তুলিছে। চালে চকুৰোৱা এই ছবিসমূহে পর্যটকসকলক আকৰ্ষণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।