July 12, 2025 7:02 PM | Kaziranga

printer

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৭ সংখ্যক প্ৰকৃতি শিবিৰ অনুষ্ঠিত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ সৌজন্যত ১০ জুলাইৰ পৰা কাজিৰঙাত ১৭ সংখ্যক প্ৰকৃতি শিবিৰ অনুষ্ঠিত হৈছে। এই আৱাসিক শিবিৰত স্থানীয় বিদ্যালয়সমূহৰ শতাধিক শিক্ষার্থীয়ে পক্ষী নিৰীক্ষণ আৰু প্ৰকৃতি অধ্যয়ন সন্দৰ্ভত প্রশিক্ষণ গ্রহণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।