পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ত আজি আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই বৈঠালাংছ’ আৰক্ষীয়ে সৰবৰাহকাৰী কেইজনৰ পৰা ২০টা কণ্টেইনাৰত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ জেৰা অব্যাহত ৰাখিছে।
Site Admin | March 22, 2025 9:13 PM | karbi anglong drugs seized
পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ত নিচাযুক্ত দ্ৰব্যসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ