ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 16, 2025 12:32 PM | Karbi Anglong

printer

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান আদিবাসী কাৰ্বি, খিলঞ্জীয়া জনজাতিক ভূমিপট্টা বিতৰণৰ পদক্ষেপ গ্ৰহণ

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এলেকাত বাস কৰা প্ৰধান আদিবাসী কাৰ্বিকে ধৰি খিলঞ্জীয়া জনজাতিৰ লোকসকলক দ্বিতীয় পৰ্যায়ৰ পুথিমি আকেমাং আঁচনিৰ অধীনত বিনামূলীয়াকৈ ভূমি পট্টা বিতৰণ কৰিবলৈ পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই আঁচনিৰ অংশ হিচাপে পৰিষদীয় মুঠ ২৬ টা সমষ্টিত ভূমিপট্টাৰ পৰা বঞ্চিত জিলাখনৰ লোকসকলৰ মাজত বিনামূলীয়া ভূমিপট্টা বিতৰণৰ কাৰ্যসূচী আজি পৰিষদীয় বিথুং ৰেংথামা সমষ্টিৰ পৰা শুভাৰম্ভ কৰা হ’ব। অহা বছৰ ৩০ জানুৱাৰীত এই আঁচনিৰ অন্ত পৰিব

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।