ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 14, 2025 8:03 PM | jusita das

printer

অভিযন্তা যোশিতা দাসৰ আত্মহননৰ ঘটনা সন্দৰ্ভত ৩ জন লোকক গ্ৰেপ্তাৰ

বঙাইগাঁৱত লোকনির্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোশিতা দাসৰ আত্মহননৰ ঘটনা সন্দৰ্ভত চি বি আয়ে বিভাগটোৰ দুগৰাকী শীর্ষ বিষয়া আৰু এজন স্থপতিবিদক গ্রেপ্তাৰ কৰিছে। সংস্থাটোৱে লোকনির্মাণ বিভাগৰ বঙাইগাঁও উপ-সংমণ্ডল বিষয়া আমিনুল ইছলাম আৰু বিভাগটোৰ কাৰ্যবাহী অভিযন্তা দীনেশ মেধি শৰ্মাৰ লগতে স্থপতিবিদ দেৱজিৎ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।