ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছৰ হাইজাম্প প্রতিযোগিতাত অসমৰ জুবিন গোহাঁইয়ে সোণৰ পদক অৰ্জন কৰিছে। ল‘ৰাৰ ১৭ বছৰ শাখাত জুবিনে এই সফলতা লাভ কৰে।
Site Admin | October 14, 2025 8:05 PM | jubin
ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছৰ হাইজাম্প প্রতিযোগিতাত জুবিন গোহাঁইৰ সোণৰ পদক অৰ্জন