ডাউনলোড
মোবাইল এপ

android apple
signal

March 11, 2025 1:04 PM | DR. S. joysankar

printer

ভাৰত আৰু আর্মানিয়াৰ মাজত এটা দীৰ্ঘদিনীয়া বন্ধুত্বপূর্ণ সম্পর্ক আছে বুলি ড° এছ জয়শংকৰে প্ৰকাশ

ভাৰত আৰু আর্মানিয়াৰ মাজত এটা দীৰ্ঘদিনীয়া বন্ধুত্বপূর্ণ সম্পর্ক আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি আর্মানিয়াৰ বৈদেশিক মন্ত্ৰী অৰাৰত মির্জয়ানৰ সৈতে হোৱা এখন বৈঠকত ড° জয়শংকৰে কয়, যে উভয় দেশৰ মাজত থকা দ্বি-পাক্ষিক বাণিজ্য আৰু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি পাইছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় বিগ কেট মিত্রজোঁটত অন্তৰ্ভুক্ত হোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ কয়, যে আর্মানিয়াৰ প্ৰথমখন বাতৰি কাকত ভাৰতত প্ৰকাশিত হৈছে।

অধিক পঢ়ক

সকলো চাওক