যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় ধঁপাত মুক্ত অভিযানৰ গণস্বাক্ষৰ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা আযুক্তই উদ্বোধন কৰা এই কাৰ্যসূচীত বহুকেইগৰাকী প্রশাসনিক বিষয়াই স্বাক্ষৰ কৰে। উল্লেখযোগ্য যে, আজিৰ পৰা অহা ২৩ নৱেম্বৰলৈকে চলিবলগীয়া এই অভিযান বিভিন্ন বিভাগৰ চৌহদ, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত ৰূপায়ণ কৰা হ’ব।
Assamese | September 24, 2024 9:09 PM | jorhat tobacco free singnature
যোৰহাট জিলা প্ৰশাসন, যোৰহাট জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় ধঁপাতমুক্ত অভিযানৰ গণস্বাক্ষৰ কাৰ্যসূচী