ডাউনলোড
মোবাইল এপ

android apple
signal

যোৰহাট সদৰ থানাৰ উপ-পৰিদৰ্শক ইন্দ্ৰেশ্বৰ সন্দিকৈ, কনিষ্টবল দীনেশ শীলক উৎকোচ লোৱাৰ অভিযোগত নিলম্বন

যোৰহাট সদৰ থানাৰ উপ-পৰিদৰ্শক ইন্দ্ৰেশ্বৰ সন্দিকৈ আৰু কনিষ্টবল দীনেশ শীলক উৎকোচ লোৱাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। উল্লেখযোগ্য যে ৮জন লোকক থানাৰ পৰা মুকলি কৰিবৰ বাবে এই দুয়োগৰাকী আৰক্ষীৰ লোকে ৮ হাজাৰ টকা উৎকোচ বিচাৰি হাতে-লোটে ধৰা পৰা পাছত তেওঁলোকক নিলম্বন কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক