ডাউনলোড
মোবাইল এপ

android apple
signal

August 5, 2025 8:13 PM | Jorhat

printer

যোৰহাট জিলাত ক্ৰীড়াৰ পৰিৱেশ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ

যোৰহাট জিলাত ক্ৰীড়াৰ পৰিৱেশ উন্নতি কৰিবলৈ যোৰহাট জিলা ক্ৰীড়া সন্থাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। নৱ প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ যোৰহাট জিলা ক্ৰীড়া সন্থাই আজি এ-ডিভিজন ফুটবল লীগত অংশগ্ৰহণ কৰা জিলাখনৰ দহটা দলক ফুটবল প্ৰদান কৰে। ইয়াৰ লগতে জিলাখনৰ দহটা উপ-ক্ৰীড়া সন্থাকো ফুটবল প্ৰদান কৰা হয়।

 

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।