ডাউনলোড
মোবাইল এপ

android apple
signal

যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ বাৰ্ষিক প্ৰযুক্তি সমাৰোহ টেকন’ভাছ মুকলি মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ তথ্য প্রযুক্তি বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই আজি যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ বাৰ্ষিক প্ৰযুক্তি সমাৰোহ টেকন’ভাছ মুকলি কৰে। কৃত্রিম বুদ্ধিমত্তাক মূল বিষয়বস্তু হিচাপে লৈ এই সমাৰোহৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ৰূপম বৰুৱাৰ লগতে কেইবাগৰাকীও অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।