ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 1, 2024 7:01 PM | Jagiroad

printer

পীযূষ হাজৰিকা নেতৃত্বত জাগীৰোডত বিজেপিৰ প্ৰতিবাদী সমদল

জাগীৰোডৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকা নেতৃত্বত আজি জাগীৰোডৰ গাঁও পঞ্চায়তৰ সন্মুখৰ পৰা বিজেপিয়ে এটা প্ৰতিবাদী সমদল উলিয়ায়। এই প্রতিবাদী সমদলেৰে বিজেপিয়ে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খৰ্গেৰ পুত্ৰ তথা কংগ্ৰেছ নেতা প্রিয়াংক খৰ্গেই কৰা অসম বিৰোধী মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। জাগীৰোডত স্থাপন হ’বলগীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ কংগ্ৰেছ নেতাগৰাকীয়ে অসমক হেয় প্রতিপন্ন কৰি মন্তব্য কৰা বুলি বিজেপিয়ে অভিযোগ ঘূৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।