ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 28, 2025 12:48 PM | Jagdeep Dhankar

printer

এদিনীয়া ভ্ৰমণসূচীৰে জগদীপ ধনখড় আজি পশ্চিমবংগলৈ ৰাওনা

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় এদিনীয়া ভ্ৰমণসূচীৰে আজি পশ্চিমবংগলৈ যাব। এই ভ্ৰমণৰ সময়ত শ্ৰীধনখড়ে বীৰভূম জিলাত থকা পৱিত্ৰ শক্তিপীঠ-তাৰাপীঠ দৰ্শন কৰি পূজা অৰ্চনা আগবঢ়াব।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচার্য শ্ৰীলা ভক্তি সিদ্ধান্ত সৰস্বতী গোস্বামী প্রভুপাদৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ সামৰণি কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।