ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দশম সংস্কৰণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ ত্রিকোণাসন কৰি থকা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ

অহা ২১ জুনত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দশম সংস্কৰণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্রিকোণাসন কৰি থকা এটা ভিডিঅ’ সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। ভিডিঅ’টোৰ যোগে এই আসন পর্যায়ক্রমে কেনেদৰে কৰিব লাগে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আসনবিধৰ উপকাৰিতা সম্পৰ্কে বৰ্ণনা কৰা হৈছে। ভিডিঅ’টি প্ৰচাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কান্ধ, পিঠি আৰু মনোযোগ বৃদ্ধিৰ বাবে ত্রিকোনাসনৰ অভ্যাস কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।