ভাৰতৰ নিবনুৱাৰ হাৰ চলিত বৰ্ষৰ নৱেম্বৰত ৪ দশমিক ৭ শতাংশলৈ হ্ৰাস পাইছে। এপ্ৰিলৰ পাছৰ পৰা এয়া হৈছে ১৫ বছৰ আৰু তাতোকৈ অধিক বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত সৰ্বনিম্ন হাৰ। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি গ্ৰাম্য অঞ্চলৰ নিবনুৱাৰ ৩ দশমিক ৯ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে চহৰ অঞ্চলত এই হাৰ ৬ দশমিক ৫ শতাংশলৈ হ্ৰাস পাইছে।
Site Admin | December 16, 2025 12:26 PM | India’s Unemployment Rate Falls
ভাৰতৰ নিবনুৱাৰ হাৰ চলিত বৰ্ষৰ নৱেম্বৰত ৪.৭ শতাংশলৈ হ্ৰাস