শ্ৰীলংকাৰ পাল্লেকেল আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ভাৰত আজি তিনিখনীয়া টি২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাৰ মুখামুখি হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব।
শ্ৰীলংকাত আজি ভাৰত-শ্ৰীলংকাৰ প্ৰথম টি-২০ মেচ
খেলা অডিঅ' সন্ধ্যার খবর
শ্ৰীলংকাৰ পাল্লেকেল আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ভাৰত আজি তিনিখনীয়া টি২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাৰ মুখামুখি হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব।
কোনো পোষ্ট পোৱা নগ'ল।
গোপনীয়তা নীতি | কপিৰাইট © 2026 নিউজ অন আইআৰ। সকলো অধিকাৰ সংৰক্ষিত
শেষ আপডেট কৰা হৈছে: 30th Mar 2026