October 14, 2025 8:19 PM | India-America

printer

কাইলৈৰ পৰা ভাৰতে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আন্তঃৰাষ্ট্ৰীয় ডাক সেৱা পুনৰ আৰম্ভ

ভাৰতে কাইলৈৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আন্তঃৰাষ্ট্ৰীয় ডাক সেৱা পুনৰ আৰম্ভ কৰিব। যোগাযোগ মন্ধ্যালয়ে জাৰি কৰা এখন বিজ্ঞপ্তিত এইবুলি জনাইছে যে, ভাৰতীয় ডাক বিভাগে বিশদ প্রণালী উন্নয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমা শুল্ক আৰু সীমান্ত সুৰক্ষা বিভাগৰ সৈতে সমন্বয়েৰে প্ৰদান শুল্ক আদায় প্রক্ৰিয়াৰ বাবে এটা অনুপালন ব্যবস্থা গঢ়ি তুলিছ। মন্ত্র্যালয়ে কৈছে, যে নতুন ব্যবস্থাই নিয়ন্ত্রণ বিষয়ক নীতি-নিয়মসমূহৰ পালন, সীমা শুল্ক বিভাগৰ ক্ষীপ্র অনুমোদন আৰু কোনো ধৰণৰ অতিৰিক্ত শুল্ক বা বিলম্ব অবিহনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গ্ৰাহকসকললৈ অসুবিধাৰহিত প্রদান সুনিশ্চিত কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।